মে'২০;নৰ্থ-ইষ্ট টেলেণ্ট ৰিয়েলিটী অনুষ্ঠানৰ অডিশ্যন আৰম্ভ

মে'২০;নৰ্থ-ইষ্ট টেলেণ্ট ৰিয়েলিটী অনুষ্ঠানৰ অডিশ্যন আৰম্ভ

মে'ৰ২০ তাৰিখৰ পৰা নৰ্থ-ইষ্ট টেলেণ্ট ৰিয়েলিটী অনুষ্ঠানৰ অডিশ্যন আৰম্ভ হব নলবাৰী জিলাৰ পৰা।অনুষ্ঠানৰ প্ৰযোজক মৃণাল শৰ্মাই কয় যে,ভিন্ন সংস্কৃতিৰ বিভিন্ন বয়সৰ ল'ৰা-ছোৱালীৰ বাবে এক সুন্দৰ মঞ্চ প্ৰদান কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য ।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com