যোৰহাটৰ জেবি ক'লেজত নতুন বিষয় সন্নিবিষ্ট

যোৰহাটৰ জেবি ক'লেজত নতুন বিষয় সন্নিবিষ্ট

যোৰহাটৰ জগেন নাথ বৰুৱা ক'লেজত উচ্চ শিক্ষাৰ বাবে এক সুন্দৰ পদক্ষেপ গ্ৰহন কৰা হৈছে।২০১৮-১৯ৰ একাডেমিক বৰ্ষৰ পৰা স্নাতক শাখাৰ পাঠ্যক্ৰমত এন চি চি বিষয়টি ঐশ্বিক বিষয় হিচাপে সন্নিবিষ্ট কৰা হব। ইউ জি চি ৰ অধ্যাপক ড° এস চন্ধুৰ স্বাক্ষৰিত নিৰ্দেশ মৰ্মে এই কলেজ খনে এন চি চি বিষয়টি ঐশ্বিক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com