স্পেইনক পৰাস্ত কৰি কোৱাৰ্টাৰত আয়োজক ৰাচিয়া

স্পেইনক পৰাস্ত কৰি কোৱাৰ্টাৰত আয়োজক ৰাচিয়া

লুজনিকি ষ্ট্ৰেডিয়ামত ৰবিবাৰে অনুস্থিত তৃতীয়খন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আয়োজক ৰাচিয়াই টাইবেকাৰত ৪-৩ গ'লত স্পেইনক পৰাস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।১২ মিনিটত ৰাচিয়াৰ চাৰজে' ইগনাছেভিচৰ আত্মঘাতী গ'লৰ সহায়ত স্পেইনে ১-০ অগ্ৰগতি লাভ কৰে।ইস্কোয়ে মৰা এটা ফ্ৰী-কিক ৰাচিয়াৰ ডিফেন্ডাৰ জনে ৰাখিবলৈ গৈ গ'লতো হয়।৪১ মিনিটত ডিজেয়ুবাৰ গ'লেৰে ৰাচিয়াই সমতা স্থাপন কৰে।১-১ ব্যৱধানত খেলখন অন্ত পৰাত টাইবেকাৰৰ সহায় লয়,টাইবেকাৰত আয়োজক দলটোয়ে ২০১০ চেম্পিয়ন দলটোক ৪-৩ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com