পৰ্টুগালৰ বিৰুদ্ধে পৰাস্ত মৰক্কো

পৰ্টুগালৰ বিৰুদ্ধে পৰাস্ত মৰক্কো

বিশ্ব ফুটবলৰ মহাতাৰকা ৰনাল্ডোৰ দেশ পৰ্টুগালে বুধবাৰে গ্ৰুপ বি'ৰ এখন খেলত তুলনামূলকভাৱে দুৰ্বল দল মৰক্কোক ১-০ গ'লত পৰাস্ত কৰে।খেলৰ ৪ মিনিটতে ৰনাল্ডোৱে দাৰ্শনীয় হেডৰ সহায়ত গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে।মৰক্কোৱে সমতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা কৰিলেও সফল হব নোৱাৰিলে।দুখন খেলত ৪ টা গলেৰে গোল্ডেন বুটৰ প্ৰবল দাবীদাৰ হৈ উঠিছে ৰনাল্ডো।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com