দৈনিক যোগ আৰু ব্যায়ামে স্বাস্থ্যকৰ জীৱন-যাপনত সহায় কৰে।

Published on

স্বামী শিৱানন্দ যোগাজ্যোতি মহাবিদ্যালয়ৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ে ডিব্ৰুগড়ৰ মাইজান চাহবাগিচাত এখন যোগ শিৱিৰ অনুস্থিত কৰে।১০০জনতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহন কৰে শিৱিৰতোত।মাইজান চাহবাগিচাৰ বিষয়া সকলৰ লগতে বহুসখ্যক গন্য মান্য ব্যক্তিসকলে অংশগ্ৰহন কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com