অগ্নিদগ্ধ হৈ মৃত্যু অধ্যাপিকাৰ

অগ্নিদগ্ধ হৈ মৃত্যু অধ্যাপিকাৰ
Published on

বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী চকীৰ অন্তগৰ্ত হাওৰাজান অঞ্চলৰ বাসিন্ধা তথা কলাবাৰী মহবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ময়ুৰী কাকতিয়ে নিজৰ শৰীৰত অগ্নিসংযোগ কৰাৰ ফলত মৃত্যুমুখত পৰে।নিজৰ বাসগৃহত টায়াৰ আৰু কেৰাচিনৰ সহায়ত কান্ডটো কৰে।অধ্যাপিকা গৰাকীৰ মাতৃ আৰু ভাতৃৰ লগত হোৱা কাজিয়াৰ ফলতে ঘটনাতো হোৱা বুলি জানিব পৰা গৈছে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৭ বছৰ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com