অঘটনেৰে অভিযান সামৰিলে জাৰ্মানীয়ে

অঘটনেৰে অভিযান সামৰিলে  জাৰ্মানীয়ে
Published on

ডিফেন্ডিং চেম্পিয়ন জাৰ্মানীক ২-০ গ'লত পৰাস্ত কৰি দক্ষিণ কোৰিয়াই এক বৃহৎ অঘটন ঘটোৱাই নহয়, জাৰ্মানীক বিশ্বকাপৰ পৰা বাহিৰ কৰে।দঃ কোৰিয়াৰ গ'লৰক্ষক জনৰ অনবদ্য খেলৰ বাবে জাৰ্মানীয়ে বহুত সুযোগ পায়ো গ'ল কৰিবলৈ ব্যৰ্থ হয়।গ'লশূন্য ভাৱে মেচখন অন্ত পৰিব বুলি ধাৰনা কৰিছিলে যদিও অতিৰিক্ত সময় অৰ্থাৎ ৯২মিনিটত ৱাই কিমে জাৰ্মানীৰ গ'ল বক্স কপাই তোলে।পৰাজয়ৰ সংকাত জাৰ্মান দলটোৰ গলৰক্ষক মেনুৱেল নয়াৰে খেলিবলৈ আগবাঢ়ি যাওতে সুযোগ বুজি ৯৬মিনিটত এইচ চনে আৰু এটা গ'ল দি ডিফেডিং চেম্পিয়ন জাৰ্মানীক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰে।কোৰিয়ায়ো ৰাচিয়া বিশ্বকাপৰ অভিযান সামৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com