অডিঅ' এলবাম মুকলি

অডিঅ' এলবাম মুকলি
Published on

"মৃত্যুঞ্জয়" নামৰ এটি অডিঅ' এলবাম নিলোৎপল দাস আৰু অভিজিত নাথৰ নামত মুকলি কৰা হয় । ডিমৌ প্ৰেছ ক্লাৱৰ সভাপতি অজয় কুমাৰ গগৈ আৰু আৰু উমেশ চেতিয়াই যোৱা মঙলবাৰে ডিমৌ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত মুকলি কৰা হয়।অডিঅ' এলবামটিত অজয় কুমাৰ গগৈয়ে মাত অৰ্থাৎ ভইচ দিয়ে আৰু জান্তী গগৈয়ে কণ্ঠদান দিয়াৰ লগতে অডিঅ' এলবামটিৰ নিৰ্দেশক হিচাপে কাম কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com