অতিৰিক্ত শাখা কামাণ্ডাৰৰ এনচিচিৰ শিবিৰ পৰিদৰ্শন

অতিৰিক্ত শাখা কামাণ্ডাৰৰ এনচিচিৰ শিবিৰ পৰিদৰ্শন
Published on

বিশ্বনাথ মহাবিদ্যালয়ত ৫ অসম বেটেলিয়ন এনচিচি আৰু ২৪ অসম ৰাইফলচে যুতীয়াভাৱে ১০ দিনীয়াকৈ অনুস্থিত হোৱা এনচিচিৰ সন্মানীয় সংযুক্ত প্ৰশিক্ষন শিবিৰ পৰিদৰ্শন কৰে অতিৰিক্ত শাখা কামাণ্ডাৰ আৰ বি পাটিলে পৰিদৰ্শন কৰে।কামাণ্ডিং বিষয়া কৰ্নেল এচ এচ কুলাৰৰ নেতৃত্বত বিভিন্ন বিদ্যালয়,মহাবিদ্যালয় আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰায় ৪৩০ জন কেডেটে ভাগ লৈছে।কামাণ্ডাৰ পাটিলে কেডেটসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা শুভাযাত্ৰাত অংশগ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com