অনাস্থা ভোটত চৰকাৰৰ জয় লাভ

অনাস্থা ভোটত চৰকাৰৰ জয় লাভ
Published on

১২ ঘন্টীয়া মাৰাথাৰ তৰ্কৰ অন্তত মোডী চৰকাৰে অনাস্থা ভোটত ১৯৯ টা ভোটত সহজ জয় লাভ কৰিছে।মুঠ ৩২৫ টা ভোটৰ ভিতৰত বিৰুধীয়ে মাত্ৰ ১২৬ টা ভোটহে পাবলৈ সক্ষম হয়।সংসদত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে গান্ধী পৰিয়ালৰ লগত চকুত চকু থয় কথা কব পৰা সামথ্য তেওঁৰ নাই কাৰন তেওঁ দুখীয়া পৰিয়ালৰ পৰা আহিছে,কেবল তেওঁৰে নহয় দেশত এনেকুৱা বহুত লোক আছে আনকি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীৰো তেনেকোৱা হৈছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com