অনৈতিক কাৰ্য্যৰ বাবে এজনক গ্ৰেপ্তাৰ

অনৈতিক কাৰ্য্যৰ বাবে এজনক গ্ৰেপ্তাৰ

Published on

যোৱা বৃহস্পতিবাৰে খ্ৰীষ্টান বস্তিত অৱস্থিত বেচৰকাৰী ছোৱালী হোষ্টেল এটাৰ সন্মুখত অনৈতিক কাৰ্য্য কৰি থকা গকুল মেধি নামৰ ব্যক্তি এজনক দিশপুৰ আৰক্ষীয়ে চিনাক্ত কৰি গোৱালপাৰা জিলাৰ ৰঙজুলিৰ পৰা গ্ৰেপ্তাৰ কৰে।যোৱা শুক্ৰ বাৰে অপৰাধী জনক ন্যায়ধীশৰ ওচৰলৈ প্ৰেৰণ কৰে।জানিব পৰা মতে গকুল মেধি কমাণ্ড নিৰাপত্তা বাহিণীৰৰ এজন কৰ্মচাৰী তথা নিৰাপত্তাৰক্ষী।

The Sentinel - of this Land, for its People
www.sentinelassam.com