অপহৃত ছাত্ৰক উদ্ধাৰ

অপহৃত ছাত্ৰক উদ্ধাৰ
Published on: 

গড়চুক আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে সাই বিকাশ একাডেমীৰ পৰা অপহৃত ছাত্ৰক। ছাত্ৰ জনক উদ্ধাৰ কৰা হয় মহানগৰীৰ গনেশগুৰি হেঙেৰাবাৰীৰস্থিত বিশ্ৰাম ল’জৰ পৰা ।৭ জুলাইৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰ জনৰ নাম হিমালয় ব্ৰহ্মা ।

The Sentinel - of this Land, for its People
www.sentinelassam.com