অবৈধ মাদকদ্ৰৱ্য ছীল

অবৈধ মাদকদ্ৰৱ্য ছীল
Published on: 

যোৱা শুক্ৰবাৰে বঙাইগাঁও আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে বহু পৰিমাণৰ সুৰা জব্দ কৰে।বঙাইগাঁৱ আৰক্ষীৰ অচি বিজিত দাধৰাই জানিব দিয়া মতে প্ৰায় ২৯৬ কাৰ্টুন অবৈধ সুৰা জব্দ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com