অমিত শ্বাহে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'লে

অমিত শ্বাহে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'লে
Published on

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথিশালাত সোমবাৰে হোৱা এক দলীয় সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। এই সভাত শ্বাহে সমগ্ৰ দেশ জুৰি হাতত লোৱা জন সম্পৰ্ক অভিযানৰ সফলতাৰ বিষয়ে খবৰ লয়। তেওঁ লগতে দলীয় কৰ্মীসকলে ২৭ লাখ প্ৰাথমিক সদস্যৰ লগত কেনেদৰে দলীয় লক্ষ্য আলোচনা কৰে সেই বিষয়েও বুজ লয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com