অম্বুবাচী মেলাত নিষিদ্ধ প্লাষ্টিক বেগ

অম্বুবাচী মেলাত নিষিদ্ধ প্লাষ্টিক বেগ
Published on: 

২২জুনৰ পৰা আৰম্ভ হৱলগীয়া অম্বুবাচী মেলাত কামৰূপ জিলা উপায়ুক্তই নিষিদ্ধ কৰিছে প্লাষ্টিক বেগ। জিলা উপায়ুক্তৰ কাৰ্য্যলয়ত অনুষ্ঠিত হোৱা কামৰূপ জিলা উপায়ুক্ত বিৰেন্দ্ৰ মিট্টালে খাদ্য আৰু পানী,ভিন্ন সংগঠনৰ স্বেচ্ছাসেচৱক সদস্য সকলৰ আগত কোনো ধৰনৰ প্লাষ্টিক বেগ মেলা চলি থকা সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি ঘোষণা কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com