অসক্ৰিয় ৰূপত ৩৯খন নিৰীক্ষন চকী

অসক্ৰিয় ৰূপত ৩৯খন নিৰীক্ষন চকী
Published on: 

অসম আৰক্ষীৰ সুৰক্ষা বাহিনীৰ ১৫৯খন নিৰীক্ষন চকীৰ ৩৯খনেই অসক্ৰিয় ৰূপত থকাতো এক অতি গুৰুত্বপূৰ্ন সমস্যা হিচাপে চিহ্নিত দেখা দিছে।যি সময়ত অসমত বাংলাদেশৰ প্ৰবজননকাৰীৰ বাবে খিলঞ্জিয়াৰ অস্তিত্ব বিপদত পৰা সময়তে অসম আৰক্ষীৰ এনে কান্ডই সকলোৰে চকু কপালত তুলিছে।বাংলাদেশীৰ চৰনীয়া পথাৰলৈ পৰিনত হোৱা ধুবুৰী জিলাতেই ২৪খন নিৰীক্ষন চকী অসক্ৰিয় ৰূপত থকাটো অতি ভয়ঙ্কৰ তথ্য হিচাপে প্ৰমানিত হৈছে।অতি চৰকাৰে এই নিৰীক্ষন চকীসমূহত নিযুক্তি প্ৰদান কৰি খিলঞ্জিয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সচেতন মহলে দাবী জনাইছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com