অসমত মাছ আৰু গাখীৰৰ উৎপাদন বৃদ্ধি হৈছে : কেন্দ্ৰীয় মন্ত্ৰী

অসমত মাছ আৰু গাখীৰৰ উৎপাদন বৃদ্ধি হৈছে : কেন্দ্ৰীয় মন্ত্ৰী
Published on

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী ৰাধা মোহন সিং গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত অনুস্থিত অসমৰ কৃষি-উদ্যান বিদ্যা বিভাগৰ উন্নয়নৰ পৰ্যালোচনা সভাত উপস্থিত থাকি কয় যে কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য হল কৃষক সকলৰ আয় দুগুন কৰাৰ লগতে অসমক সকলো ক্ষেত্ৰতে আগবঢ়াই লয় যোৱা।তেওঁ লগতে কয় যে অসমত মাছ আৰু গাখীৰৰ উৎপাদন বৃদ্ধি হৈছে।মন্ত্ৰীজনে লগতে কয় যে চাৰি বছৰত কৃষিৰ ক্ষেত্ৰত ৫৫.৪৬ কোটি টকা ভিতৰত ১১.০৬ কোটি টকা মুকলি কৰি দিয়া হৈছে।অসমৰ কৃষি-উদ্যান বিদ্যা ক্ষেত্ৰত উন্নয়নৰ বাবে ৬০০০ কোটি ব্যয় সাপেক্ষে নতুন প্ৰকল্প আৰম্ভ কৰা হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com