BreakingNews
অসমৰ হকে যুঁজাৰ কৌশলত নীতিশ কুমাৰৰ সমৰ্থন
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ তিনিজনীয়া দল এটাই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে ।তেওঁ এই বিলৰ বিৰুদ্ধে অৰ্থাৎ প্ৰধান মন্ত্ৰী লৈ এই বিষয় সম্বন্ধে লিখিম বুলিও মত প্ৰকাশ কৰে ।ইয়াৰ লগতে দেশৰ ১১টা ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰি অসমৰ মান ৰক্ষা কৰাৰ চেষ্টা কৰে বুলি আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য জানিব দিয়ে ।

