অসম সাহিত্য সভাই সমৰ্থন জনালে অগপক

অসম সাহিত্য সভাই সমৰ্থন জনালে অগপক
Published on: 

অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে কৰি থকা প্ৰতিবাদক পুৰ্ণ সমৰ্থন জনাইছে যোৱা সোমবাৰে অনুষ্ঠিত হৈ যোৱা এখন সভাত অসম সাহিত্য সভাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com