অহা ৩০জুনত প্ৰকাশ নাপাই এন আৰ চিৰ খচৰা : হাজেলা

অহা ৩০জুনত প্ৰকাশ নাপাই এন আৰ চিৰ খচৰা : হাজেলা
Published on: 

অহা ৩০জুনত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ দ্বিতীয় খন খচৰা অসমৰ ভিন্ন ঠাইত বানপানীয়ে ক্ষতি কৰা বাবে প্ৰকাশ নাপাই বুলি কাৰন দৰ্শোৱা হৈছিল।

৩০ জুনত প্ৰকাশ নাপাই এন আৰ চি। উচ্চ ন্যায়লয়ৰ পিছৰটো শুনানিৰ ২জুলাইৰ পিছতহে এটা তাৰিখ নিৰ্ধাৰন কৰি এন আৰ চি প্ৰকাশ কৰা হব।বৰাক উপত্যকা,কাৰ্বি আংলং জিলা আৰু হোজাই জিলাত ১৩জুনৰ পৰা বানপানী কৱলত পৰাৰ বাবে এন আৰ চিৰ খচৰা কাম খিনি সম্পূৰ্ণ হৈ উঠিব পৰা নাই কিন্তু উচ্চ ন্যায়লয়ে বান্ধি দিয়া সময়সীমাৰ পূৰ্বেই কাম সম্পূৰ্ন কৰাৰ বাবে চেষ্টা কৰিব বুলি এন আৰ চিৰ সম্বনয়ক প্ৰতীক হাজেলাই মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com