অাই আই টি গুৱাহাটীৰ হতাশাগ্ৰস্থৰ সমাধানক লৈ এক বিকল্প

অাই আই টি গুৱাহাটীৰ হতাশাগ্ৰস্থৰ সমাধানক লৈ এক বিকল্প
Published on

আই আই টি গুৱাহাটীয়ে হতাশাগ্ৰস্ততাৰ ফলত হব পৰা দুৰ্ভাগ্যজনক ঘটনা ৰোধ কৰাৰ বাবে হতাশাগ্ৰস্থ আৰু দু:চিন্তাৰ কৱলত পৰা ছাত্ৰ ছাত্ৰীসকলক সু-পৰাৰ্মশ দিয়াৰ বাবে এটা অনলাইন প'ৰ্টেল উদ্বোধনৰ সিদ্ধান্ত গ্ৰহন কৰিছে। এই প'ৰ্টেলটোৱে এনে ছাত্ৰ ছাত্ৰীসকলক বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰিব য'ত তেওঁলোকৰ পৰিচয়ো গোপনীয় কৰি ৰখা হ'ব। অাই আই টি গুৱাহাটীৰ 'সাথী' নামৰ পৰামৰ্শদান কেন্দ্ৰটোৱে ইতিমধ্যে বাংগালুৰুস্থিত এক মানসিক স্বাস্থ্য সহায়ক প্ৰতিষ্ঠানৰ লগত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com