আগষ্টৰ পৰা আৰম্ভ হ'ব আধাৰ কাৰ্ডৰ প্ৰক্ৰিয়া: ১২৪১ টা আধাৰত নাম অন্তৰ্ভভূক্তি কেন্দ্ৰ

আগষ্টৰ পৰা আৰম্ভ হ'ব আধাৰ কাৰ্ডৰ প্ৰক্ৰিয়া: ১২৪১ টা আধাৰত নাম অন্তৰ্ভভূক্তি কেন্দ্ৰ
Published on

অহা আগষ্ট মাহৰ শেষৰ ভাগৰ পৰা মানে উচ্চতম ন্যায়ালয়ে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে ঠিৰাং কৰা তাৰিখ ৩০ জুলাইৰ পিছৰ পৰা ৰাজ্যত আধাৰ কাৰ্ডৰ কামসমূহ পূৰ্ণগতিত আৰম্ভ হ'ব। মূখ্য সচিব টি. ৱাই. দাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা আধাৰ কাৰ্য্যকৰী সমিতিৰ এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আধাৰ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে আলোচনা হোৱাত লগতে সভাখনত ইতিমধ্যে পিছ পৰি থকা আধাৰ কাৰ্ড বনোৱা প্ৰক্ৰিয়া সোনকালে আৰম্ভ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com