আছু আৰু ২৮টা জনগোষ্ঠীয়ৰ তীব্ৰ আনন্দোলন অব্যাহত

আছু আৰু ২৮টা জনগোষ্ঠীয়ৰ তীব্ৰ আনন্দোলন অব্যাহত

Published on

আছু আৰু ২৮জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদ অব্যাহত ৰখাৰ ঘোষণা কৰে সংগঠন তথা আছুৱে।অহা ২৯জুনত লতাশিল খেলপথাৰত কেন্দ্ৰীয় সত্যাগ্ৰাহ ৰূপে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি যোৱা শনিবাৰে ঠিৰাং কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com