আজিৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

আজিৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা
Published on: 

আজিৰ পৰা আৰম্ভ হোৱা নলবাৰী জিলাত দুদিনীয়াকৈ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত নাগৰিকত্ব সংশোধনী বিলৰ বিষয়ে বিতংকৈ আলোচনাত কৰাৰ লগতে অন্যান্য বহু বিষয়ৰ ওপৰত আলোচনা কৰিব ।

The Sentinel - of this Land, for its People
www.sentinelassam.com