BreakingNews
আত্মসহায়ক গোটক চাহপাট কঢ়িওৱা গাড়ী প্ৰদান
গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বথৰাই চেলেঙীত অৱস্হিত সতী সাৱিত্ৰী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আত্মসহায়ক গোটৰ মাজত পাঁচ খন চাহপাট কঢ়িওৱা গাড়ী প্ৰদান কৰে।অনুষ্ঠানত গোলাঘাট জিলাৰ উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ মুখ্য প্ৰবন্ধক দিলীপ কুমাৰ বৰুৱাৰ উপস্থিত থাকি ভাষন প্ৰদান কৰে। অনুষ্ঠানত যথেষ্ট সংখ্যক গন্য মান্য ব্যক্তিৰ লগতে ৰাইজ উপস্থিত থাকে।

