আদীৱাসী ছাত্ৰ সন্থাই ৩ঘণ্টাকৈ ধুদৰ আলী পথ অৱৰোধ

আদীৱাসী ছাত্ৰ সন্থাই ৩ঘণ্টাকৈ ধুদৰ আলী পথ অৱৰোধ
Published on

অসমৰ সদৌ আদীৱাসী ছাত্ৰ সংগঠনে যোৱা শনিবাৰে বৈচাহাৰি চাহ বাগিছাত বিজুলী চাকি যিগান ধৰা আৰু বৈচাহাৰি,চাওঁৰা লাইনৰ প্ৰধান সংযোগী পথটি পকীকৰণ কৰাৰ দাবীত ৩ঘণ্টাকৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com