অসমৰ সদৌ আদীৱাসী ছাত্ৰ সংগঠনে যোৱা শনিবাৰে বৈচাহাৰি চাহ বাগিছাত বিজুলী চাকি যিগান ধৰা আৰু বৈচাহাৰি,চাওঁৰা লাইনৰ প্ৰধান সংযোগী পথটি পকীকৰণ কৰাৰ দাবীত ৩ঘণ্টাকৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।