আন্তৰাজ্য পাৰ পত্ৰক লৈ অৰুনাচলত কঠোৰ ইটানগৰৰ প্ৰশাসন

আন্তৰাজ্য পাৰ পত্ৰক লৈ অৰুনাচলত কঠোৰ ইটানগৰৰ প্ৰশাসন
Published on

যোৱা বৃহস্পতি বাৰে ইটানগৰৰ কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষী বাহিনী সৈতে মিলিত হৈ ১৩৫ জনকৈ মানুহৰ কোনো ধৰণৰ আন্তৰাজ্য পাৰ পত্ৰ নথকাৰ বাবে জিলা প্ৰশাসনে ধৰা পেলাই আৰু তেওঁলোকক বান্দৰদোৱা গেটৰ পৰা বাহিৰ কৰি দিয়ে । সেই হেতুকে জিলা উপায়ুক্তই এছ পি সকলক পাৰ পত্ৰ সমূহ ভালকৈ পৰীক্ষণ কৰি চাবলৈ কঠোৰ নিৰ্দেশ দিয়ে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com