Top
Begin typing your search above and press return to search.

আম,কলৰ গুদাম ছীল

আম,কলৰ গুদাম ছীল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jun 2018 12:29 PM GMT

যোৰহাট জিলাৰ উপায়ুক্ত নাৰায়ন কোৱঁৰে আৰক্ষী আৰু মেজিষ্টেত পাপৰি দাসৰ সহযোগত আম আৰু ৭টা কলৰ গুদাম ছীল কৰে।জানিব পৰা মতে ফল সমুহত অতিমাত্ৰা কাৰবাইড মিহলি কৰি যোৰাহাট বজাৰত বিক্ৰী কৰি আছিল।

Next Story