আৰমান আলীক এনচিপিইডিপিৰ কাৰ্য্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি

আৰমান আলীক এনচিপিইডিপিৰ কাৰ্য্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি
Published on

শিশু সাৰথি নামৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে কাম কৰা এনজিওটোৰ কাৰ্য্যবাহী অধক্ষ্য আৰু বিকলাংগতা অধিকাৰ কৰ্মী আৰমান আলীক নেচনেল চেণ্টাৰ ফৰ প্ৰমোচন অফ এমপ্লয়মেন্ট ফৰ ডিজএবল পিপলৰ কাৰ্য্যবাহী অধক্ষ্য হিচাপে নিয়োগ কৰা হয়। অক্টোবৰৰ ১তাৰিখৰ পৰা তেওঁ কাৰ্য্যভাৰ গ্ৰহণ কৰিব।এই ৰাষ্ট্ৰীয় কেন্দ্ৰটো কোনো লাভজনক সংগঠন নহয়,বৰঞ্চ চৰকাৰৰ লগত সংগতি ৰাখি,উদ্যোগ,আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু সৱলীকৰণৰ দিশত স্বেচ্ছাসেৱী ক্ষেত্ৰ হিচাপে বিশেষভাৱে সক্ষম সকলৰ সৈতে কাম কৰে এই এনচিপিইডিপিয়ে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com