ঈশান খাট্টাৰ আৰু জাহ্নবীক দেখা পোৱা গ'ল "ডাঞ্চ ডিৱানে' মঞ্চত

ঈশান খাট্টাৰ আৰু জাহ্নবীক দেখা পোৱা গ'ল "ডাঞ্চ ডিৱানে' মঞ্চত
Published on

২০জুলাইত মুক্তি পাব "ধড়ক"।সেয়ে ঈশান খাট্টাৰ আৰু জাহ্নবীয়ে নিজৰ ছবি প্ৰমোচনৰ বাবে বহু কেইখন ৰিয়েলিটী অনুষ্ঠানলৈ গৈছে। অলপতে দুয়োজন অভিনেতা-অভিনেত্ৰী তথা জাহ্নবী আৰু ঈশানক দেখা পোৱা গৈছে কালাৰ্ছ চেনেলত সম্পচাৰিত হোৱা "ডাঞ্চ ডিৱানে" ৰিয়েলিটী অনুষ্ঠানত দেখা পোৱা গ'ল নতুনকৈ মুক্তি হবলগীয়া ছবি "ধড়ক"ৰ প্ৰমোচনৰ বাবে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com