উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত জিলিকিল নগাঁৱ

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত জিলিকিল নগাঁৱ
Published on

২০১৮ৰ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত নগাঁৱে মুঠ ১০টা স্থানৰ প্ৰথম তিনিওটা কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত স্থান পাবলৈ সক্ষম হয়।আনহাতে গুৱাহাটীৰ কেৱল তিনিজন ছাত্ৰ-ছাত্ৰীয়েহে স্থান দখল কৰে।চৰকাৰী কলেজৰ তুলনাত ব্যক্তিগত শিক্ষানুষ্ঠান সমূহে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়।কলাা শাখাৰ মুঠ উৰ্ত্তীন হাৰ ৭৪.৬৮শতাংশ,বাণিজ্য শাখা ৮৪.৬৪ আৰু বিজ্ঞান শাখাৰ ৪৫.৭৪শতাংশ ছাত্ৰ-ছাত্ৰী এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হবলৈ সক্ষম হয়।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com