উত্তৰ প্ৰদেশৰ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰোধীক সমালোচনা

উত্তৰ প্ৰদেশৰ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰোধীক সমালোচনা
Published on

উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰুধী দলসমূহক সমালোচনা কৰাৰ লগতে সংসদৰ মজিয়াত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী গৰাকীক সাবতি ধৰা প্ৰসংগকো কটাক্ষ কৰে।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে সংসদত অনুস্থিত অনাস্থা ভোটত কংগ্ৰেছে পৰাজয়বৰন কৰাৰ বাবে উপায়ন্তহৈ তেওঁক সাবতি ধৰিছিলহি।১২ ঘন্টীয়া মাৰাথাৰ তৰ্কৰ অন্তত মোডী চৰকাৰে অনাস্থা ভোটত ১৯৯ টা ভোটত সহজ জয় লাভ কৰিছিল।মুঠ ৩২৫ টা ভোটৰ ভিতৰত বিৰুধীয়ে মাত্ৰ ১২৬ টা ভোটহে পাবলৈ সক্ষম হৈছিল।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com