উন্নত পৰীক্ষা নিৰীক্ষাৰ বাবে অসেম ভাৰ্চুৱেল টিউমাৰ ৱৰ্ডত যোগদান কৰিলে

উন্নত পৰীক্ষা নিৰীক্ষাৰ বাবে অসেম ভাৰ্চুৱেল টিউমাৰ ৱৰ্ডত যোগদান কৰিলে

Published on

ভাৰতৰ একাংশ কেন্সাৰ বিশেষজ্ঞৰ দ্বাৰা অতি গুৰুতৰ ভাৱে অসুস্থ ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ দিবলৈ আৰম্ভ কৰা ভাৰ্চুৱেল টিউমাৰ ৱৰ্ডত অসমে যোগদান কৰে। এই ভাৰ্চুৱেল টিউমাৰ ৱৰ্ড হৈছে অস্ত্ৰোপচাৰ, ৰেডিয়েচন আৰু কেম'থেৰাপীৰ বিশেষজ্ঞসকলৰ দ্বাৰা এটা গোট যিয়ে দেশৰ বহুকেইখন আগশাৰীৰ হস্পতাল সংযোগী নেচনেল কেন্সাৰ গ্ৰিড নামৰ ডিজিটেল নেটৱৰ্কিংটোৰ জৰিয়তে কাম কৰি আছে। বিভিন্ন কেন্সাৰ হস্পতালত হোৱা মাল্টি ডিচিপ্লিনাৰী অন্তলোজী দলৰ অভাৱ এই ৱৰ্ড খনে পূৰণ কৰি আহিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com