উপাধ্যায়ক মুকলি কৰিব দিবলৈ গোৰ্খা সন্মিলনে আহ্বান জনালে আলফাক

উপাধ্যায়ক মুকলি কৰিব দিবলৈ গোৰ্খা সন্মিলনে আহ্বান জনালে আলফাক
Published on

জুনৰ ৮তাৰিখে তিনচুকীয়াৰ পৰা অপহৰন হোৱা দীননাথ উপাধ্যায়ক মুকলি কৰি দিবলৈ গোৰ্খা সন্মিলনে আলফাক আহ্বান কৰে।সন্মিলন খনে কোৱা অনুসৰি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা,ব্যৱসায় ৰাধা চেতিয়া,আৰু আলফাৰ মাজত থকা শত্ৰুতাৰ বলি উপাধ্যায় হব নালাগে।সন্মিলন খনৰ সভাপতি কৃষ্ণ ভূজেলৰ মত অনুসৰি উপাধ্যায় এগৰাকী দুখীয়া আৰু শান্ত মানুহ,কোনো ধৰনৰ ক্ষতি তথা কোনো ৰাজনৈতিক দলৰ লগত তেওঁ জড়িত নহয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com