"উল্কা"

"উল্কা"
Published on: 

অসমীয়া ছবি জগতত নতুনকৈ মুক্তি পাবলগীয়া ছবি "উল্কা"

ছবি খনৰ প্ৰযোজক ভাস্কৰ উপাধ্যায় আৰু নিৰ্দেশক প্ৰণৱ বিবেক,চিত্ৰনাট্য আৰু কাহিনী মানস চাগ্ৰা,চিত্ৰগ্ৰহনকাৰী অমিয় ৰঞ্জন দাস

সহ: নিৰ্দেশক হিচাপে কাম কৰিছে মৃণাল ডেকা,ধ্ৰুৱজ্যোতি বৈশ্য,মৃণাল বৰ্মন আৰু দেৱজিত দাস

ইতিমধ্যো আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত "উল্কা"ৰ পোষ্টাৰ মুকলি কৰা হৈছে।

উল্কাৰ শীৰ্ষক গীতটি গাইছে অংগৰাগ পাপন মহন্তই লগতে জুবিন গাৰ্গে ৰোমাণ্টিক গান এটিত কণ্ঠ নিগৰাইছে

ছবি খনত দেখা পোৱা যাব অমিত কুমাৰ বৰাৰ,আলিস্মিতা গোস্বামী লগতে অন্য বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰী

The Sentinel - of this Land, for its People
www.sentinelassam.com