উৰাবাতৰিৰ প্ৰচাৰ ৰোধ কৰিবলৈ চাইবাৰ পেট্ৰলিং টীম

উৰাবাতৰিৰ প্ৰচাৰ ৰোধ কৰিবলৈ চাইবাৰ পেট্ৰলিং টীম
Published on

কাৰ্বিআংলঙত দুজন নিৰীহ যুৱকৰ গণহত্যাই সকলোতে খলকনি লগোৱাৰ সময়তে অসম আৰক্ষীয়ে চ'চিয়েল মিডিয়াৰ জৰিয়তৰ যিকোনো ধৰণৰ হিংসা, ভূল খবৰ তথা উৰাবাতৰিৰ প্ৰচাৰ ৰোধ কৰিবলৈ এক বিশেষ চাইবাৰ পেট্ৰলিং টীম গঠন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com