কাৰ্বিআংলঙত দুজন নিৰীহ যুৱকৰ গণহত্যাই সকলোতে খলকনি লগোৱাৰ সময়তে অসম আৰক্ষীয়ে চ'চিয়েল মিডিয়াৰ জৰিয়তৰ যিকোনো ধৰণৰ হিংসা, ভূল খবৰ তথা উৰাবাতৰিৰ প্ৰচাৰ ৰোধ কৰিবলৈ এক বিশেষ চাইবাৰ পেট্ৰলিং টীম গঠন কৰে।
Begin typing your search above and press return to search.