এইটো অসমীয়া ইউনিকোডৰ কাৰণে কৰা যুঁজ

এইটো অসমীয়া ইউনিকোডৰ কাৰণে কৰা যুঁজ
Published on

ইউনিকোড ৱৰ্কিং গ্ৰুপৰ শুকুৰবৰে লণ্ডনত হোৱা এখন সভাত বিশেষজ্ঞসকলে অসমীয়া আৰু বঙালী আখৰ থকা ইউনিকোড তালিকাখনৰ নাম অকল বঙালীৰ সলনি 'অসমীয়া-বঙালী' বুলি দিবলৈ পৰামৰ্শ দিয়ে। এই কাৰ্য্যকৰী গোটটো ইণ্টাৰনেচনেল অৰ্গেনাইজেচন অফ ষ্টেনদাৰ্দাইজেচনৰ যুটীয়া প্ৰযুক্তি সমিতিৰ এটা অংশ। এই গোটটোৱে এটা ভাষাৰ কাৰণে বেলেগকৈ কোড তালিকা দিয়াৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে, যিবোৰ বেছিভাগ কম্পিউটাৰতে ব্যৱহাৰ কৰা হয়। শুকুৰবাৰৰ সভাত অসমীয়া লিপিক ইউ এনৰ ইউনিকোড ব্যৱস্থাত আচুতীয়া ভাগ এটা দিয়াৰ কথা বিষদভাৱে আলোচনা কৰা হয়।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com