Begin typing your search above and press return to search.

এজন ব্যক্তিক গ্ৰেপ্তাৰ

এজন ব্যক্তিক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jun 2018 12:35 PM GMT

নগাঁৱ জিলাৰ বেঙেনাআটীৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে এজনী মহিলাও উদ্ধাৰ কৰে।জানিব পৰা মতে মহিলা গৰাকী দুই সন্তানৰ মাতৃ আৰু ঘৰ হৈছে কেৰেলাত। কেৰেলাত কাম কৰি থকা অৱস্থাতে ৰমজান আলীয়ে মহিলা গৰাকীক পলুৱাই আনে বুলি অভিযোগ কৰিছে।

Next Story