এটিএম চোৰ কৰা দলক আটক

এটিএম চোৰ কৰা দলক আটক
Published on: 

অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত কামৰূপ আৰক্ষীৰ জালত পৰিল ৭টাকৈ দুৰ্ধৰ্ষ এটিএম চোৰ। শৰাইঘাট দলঙৰ সমীপত চুৰিকাৰ্যত ব্যৱহৃত এখন গাড়ী আৰু সামগ্ৰীসহ আটক কৰে চোৰৰ দলটোক। শিৱসাগৰ জিলাত এটিএমৰ পৰা টকা লোট কৰাৰ উদ্দেশ্যে গৈ আছিল দলটো।

The Sentinel - of this Land, for its People
www.sentinelassam.com