এন আৰ চিত বাংলাদেশী নাম অন্তৰ্ভূক্তই ভয়ংকৰ কাৰন : অতুল বৰা

এন আৰ চিত বাংলাদেশী নাম অন্তৰ্ভূক্তই ভয়ংকৰ কাৰন : অতুল বৰা
Published on: 

জুনৰ ৩০তাৰিখে প্ৰকাশ পাবলগীয়া এন আৰ চি দ্বিতীয় খন খচৰাত বাংলাদেশীৰ নাম অন্তৰ্ভূক্তই অসমৰ বাবে বিপদজনক কথা হব বুলি মত প্ৰকাশ কৰে অতুল বৰাৰ।যোৱা বুধবাৰে অতুল বৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় যে "যধিওবা মোৰ নাম এন আৰ চি দ্বিতীয় খচৰাত নাম নাথাকে তেন্তে সেইটো কোনো চিন্তা কৰিবলগীয়া বিষয় নহয় যিহেতু মই অসমীয়া মানুহ"। এইখন এন আৰ চিত অসমৰ অসমীয়াৰ নাম থাকিবই ইয়াত কোনো ভয়ৰ কাৰন নাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com