এস চি আৰু এস টি চেমিনাৰ অনুষ্ঠিত

এস চি আৰু এস টি চেমিনাৰ অনুষ্ঠিত
Published on

কল্যাণ আৰু নিৰ্দেশালয় অনুসূচীত জাতি আৰু অসম ৰাজ্যিক বিকাশ সহযোগে অনুসূচীত জাতি-জনজাতি সংগঠনে ৰাজ্যিক ভিত্তিত চেমিনাৰ এখনৰ আয়োজন কৰে।অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি আইন,১৯৮৯ আৰু অসম কাৰ্য্যসম্বনয়কে গুৱাহাটীৰ এন ই ডি এফ আই গৃহত এই চেমিনাৰ খনৰ আয়োজন কৰে। অভয়াপুৰীৰ বিধায়ক অনন্ত কুমাৰ মালো মুখ্য অতিথি হিচাপে উপস্থিত থাকে।চেমিনাৰ খনত উপস্থিত থাকি গুৰুত্বপূৰ্ণ বিভাগীয় বিষয় সমূহৰ সঠিক ফলাফল পোৱা যাব বুলি তেওঁ মত প্ৰকাশ কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com