কংগনা ৰানাৱাউত ফেচ কৰিব "ভগ ৱেডিং শ্ব"

কংগনা ৰানাৱাউত ফেচ কৰিব "ভগ ৱেডিং শ্ব"
Published on

অভিনেত্ৰী কংগনা ৰানাৱাউতে ষষ্ঠ সংখ্যক ভগ ৱেডিং শ্ব'ত অংশগ্ৰহন কৰিব।এই ভগ শ্ব'ত কংগনাই সুন্দৰ সাজ-সজ্জাৰ লগতে সুন্দৰ জুৱেলেৰীও পৰিধান কৰিব।হোটেল তাজৰ লগত পাৰ্টনাৰশ্বিপত আয়োজন কৰা এই ভগ ৱেডিং শ্ব'ত অনিতা দোংগ্ৰে,মনিষ মলহোত্ৰা,চাবায়ছি মুখাৰ্জী,তৰুন তাহিলিনি,গৌৰৱ গুপ্তা আৰু ৰাহুল মিশ্ৰা ডিজাইনাৰ সকল উপস্থিত থাকিব।এই শ্ব' আৰম্ভ হব ৩ আগষ্টৰ পৰা।

The Sentinel - of this Land, for its People
www.sentinelassam.com