কলা শাখাত উজলিল নগাঁৱৰ সম্প্ৰীতি ৰাজখোৱা

কলা শাখাত উজলিল নগাঁৱৰ  সম্প্ৰীতি ৰাজখোৱা
Published on

নগাঁৱৰ ৰামানুজান জুনিয়ৰ ক'লেজৰ পৰা কলা শাখাত মুঠ ১০টা স্থানৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় সম্প্ৰীতি ৰাজখোৱা।সম্প্ৰীতিয়ে মুঠ ৫০০ৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰি সমগ্ৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে।

The Sentinel - of this Land, for its People
www.sentinelassam.com