কৃতি চাননৰ 'কলঙ্ক' ছবিৰ আইটেম চংত বৰুণ ধাৱন আৰু আদিত্য ৰয় কাপুৰ

কৃতি চাননৰ 'কলঙ্ক' ছবিৰ আইটেম চংত বৰুণ ধাৱন আৰু আদিত্য ৰয় কাপুৰ
Published on: 

অভিশেক বাৰ্মাৰ কলঙ্ক ছবিত বহু কেইগৰাকী নামী দামী অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব।

সঞ্জয় দত্ত,মাধুৰী ডিক্সিত,কৃতি,সোনাক্ষী,আলিয়া,বৰুন,আদিত্যকে ধৰি এই সকলক ছবি খনত দেখা যাব

কৃতিৰ আইটেম চংত মিউজিক কৰিব প্ৰীতমে আৰু তাইৰ সাজ-সজ্জাৰ ষ্টাইল দিব মনিষ মলহোত্ৰাই

The Sentinel - of this Land, for its People
www.sentinelassam.com