Begin typing your search above and press return to search.

কেইবামাহ ধৰি দৰমহা নোপোৱাত ক্ষুভিত এ এস টি সিৰ কৰ্মী সকল

কেইবামাহ ধৰি দৰমহা নোপোৱাত ক্ষুভিত এ এস টি সিৰ কৰ্মী সকল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 May 2018 9:10 AM GMT

অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী সকলে যোৱা কেইবা মাহ ধৰি দৰমহা নোপোৱাত প্ৰতিবাদ সাব্যস্ত কৰে । যোৱা মাৰ্চ আৰু এপ্ৰিল মাহৰ দৰমহা নোপোৱাৰ বাবদত বাছ চলাচল বন্ধ কৰি দিব বুলিও এ এস টি সিৰ সাধাৰণ সম্পাদক দিজেন লহকৰে জানিব দিয়ে ।

Next Story