কেইবামাহ ধৰি দৰমহা নোপোৱাত ক্ষুভিত এ এস টি সিৰ কৰ্মী সকল

কেইবামাহ ধৰি দৰমহা নোপোৱাত ক্ষুভিত এ এস টি সিৰ কৰ্মী সকল
Published on

অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী সকলে যোৱা কেইবা মাহ ধৰি দৰমহা নোপোৱাত প্ৰতিবাদ সাব্যস্ত কৰে । যোৱা মাৰ্চ আৰু এপ্ৰিল মাহৰ দৰমহা নোপোৱাৰ বাবদত বাছ চলাচল বন্ধ কৰি দিব বুলিও এ এস টি সিৰ সাধাৰণ সম্পাদক দিজেন লহকৰে জানিব দিয়ে ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com