"কেকৱাক"

"কেকৱাক"
Published on

ড্ৰীমগাৰ্ল হেমামালিনীৰ কন্যা ঈষা,দেউলৰ নতুনকৈ শ্বৰ্ট ফিল্ম এখন মুক্তি পাব।যাৰ নাম হৈছে "কেকৱাক"

ঈষা দেউলৰ উপৰিও অভিনয়ত থাকিব তৰুন মলহোত্ৰা,অনিন্দিতা বস আৰু সিদ্ধাৰ্থ চেটাৰ্জী

ছবি খনৰ নিৰ্দেশক ৰাম কমল মুখাৰ্জী আৰু আভা চক্ৰবৰ্তী

ছবি খন মুক্তি পাব এইটো বছৰৰ আগষ্ট মাহত

The Sentinel - of this Land, for its People
www.sentinelassam.com