কেটৰিনা কাঈফ,ৰণবীৰ কাপুৰ,চলমান খানক একেলগে দেখা পোৱা যাব আই পি এলৰ সামৰনি অনুষ্ঠানত

কেটৰিনা কাঈফ,ৰণবীৰ কাপুৰ,চলমান খানক একেলগে দেখা পোৱা যাব আই পি এলৰ সামৰনি অনুষ্ঠানত

Published on

কেটৰিনা কাঈফ,ৰণবীৰ কাপুৰ,চলমান খানৰ উপৰিও কৰিনা কাপুৰ খান,জেকুলিন ফাৰণ্ডাইজ,চৌনম কাপুৰ আৰু কাৰ্ত্তিক আৰিয়ানক একেলগে দেখা পোৱা যাব ২০১৮ৰ ২৭মে'ত অনুষ্ঠিত হবলগীয়া আই পি এলৰ সামৰনি অনুষ্ঠানত।

চলমান আৰু জেকুলিনে নৃত্য কৰিব নতুনকৈ মুক্তি হবলগীয়া ৰেস-৩ ছবি খনত গীতত

"টাইগাৰ জিন্দা হে" ছবি খনৰ গানত ককাল ভাঙিব কেটৰিনাই

ৰণবীৰকো দেখা পোৱা যাব আই পি এলৰ সামৰণি অনুষ্ঠানত

ফেচনস্তা চৌনম কাপুৰো উপস্থিত থাকিব সেই সুন্দৰ সন্ধিয়া ক্ষণত

কৰিণা কাপুৰৰ সৈতে কাৰ্ত্তিক আৰিয়ানে নৃত্য কৰিব "চনু কি তিতু কি চুইটি" ছবি খনৰ পৰা 'বম ডিগি ডিগি' গানত

The Sentinel - of this Land, for its People
www.sentinelassam.com