কেটৰিনা কাঈফৰ ৩৫সংখ্যক জন্মদিন পালন কৰিলে পৰিয়ালৰ সৈতে

কেটৰিনা কাঈফৰ ৩৫সংখ্যক জন্মদিন পালন কৰিলে পৰিয়ালৰ সৈতে

Published on

দা-বেঙ্গ গেংৰ টৌৰৰ পিছতে কেটৰিনাই শান্তিপূৰ্ণ ভাৱে অৰ্থাৎ কোনো ডাঙকৈ পাৰ্টীৰ আয়োজন নকৰি পৰিয়ালৰ সৈতে ৩৫ সংখ্যল জন্মদিন পালন কৰিলে।তাৰ পিছতে কেটৰিনাই ১৮জুলাইৰ পৰা 'জিৰ' ছবিৰ শ্বুট্যিংৰ কাম আৰম্ভ কৰিব।লগতে পৰিয়ালৰ সৈতে কোন ঠাইত জন্মদিন পালন কৰিছে সেই বিষয়ে কোনো ধৰনৰ তথ্য প্ৰকাশ কৰা নাই কেটৰিনাই।কেটৰিনাৰ বাবে নিজৰ জন্মদিনটো বহুত বিশেষ যদিও যোৱা তিনি বছৰতকৈ এইবাৰৰ জন্মদিনে বেলেগ নতুন আশা কঢ়িয়াই আনিব বুলি মত প্ৰকাশ কেটৰিনাৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com